Pitoler Kolosh Lyrics - পিতলেৰ কলশ লেৰিক্স
Pioler Kolosh (পিতলেৰ কলশ) is a Goalpariya song sung by Zubeen Garg and Bilkish Inam. The song Crossed 4+ Million views on YouTube. Music and mixing by Shekhor.
Orginal Song Credit :
- Singer - Zubeen Garg and Bilkis Inam
- Lyrics/tune - Bilkis Inam
- Music & mixing- Shekhor
Watch/Listen
Lyrics in Assamese
(M)
সুজন মাযি ৰে
কোন ঘাটে লাগাইবা আমাৰ পাৰ
(F)
কাঙকে নিয়া পিতলেৰে কলশ
যামু আমৰা যমুনাৰ ঘাটত
জল বৰাইবাৰ যামু সখীৰে
ও সখী, জলত নামিয়াৰে
জল বৰাইবাৰ যামু সখীৰে
(M)
মই গোৱালপাৰাৰ জমিদাৰৰ ছাৱ্যা
কন্যাক দেখি হলুঙ
মই দিশেহাৰা
কি মায়া লাগাইলেন কন্যাৰে
ও কন্যা, জল বৰাইবাৰ যাইয়াৰে
কি মায়া লাগাইলেন কন্যাৰে
(F)
যমুনাৰে জল সখী, দেখি ভাৰগপ সুন্দৰ
সখী, যমুনাৰে জল সখী, দেখি ভাৰগপ সুন্দৰ
হাইৰে জল বৰাইবাৰ গ্যেলে মোৰ ভৰি যায় অন্তৰ
জলেৰ ছুৱাত শীতল হমুৰে
ও সখী, জলত নামিয়াৰে
জলেৰ ছুৱাত শীতল হমুৰে
আহা, কাঙকে নিয়া পিতলেৰে কলশ
যামু আমৰা যমুনাৰ ঘাটটত
জল বৰাইবাৰ যামু সখীৰে
ও সখী, জলত নামিয়াৰে
জল বৰাইবাৰ যামু সখীৰে
(M)
কলশি নিয়া যায় কন্যা হালিয়া ডুলিয়া
কলশি নিয়া যায় কন্যা হালিয়া ডুলিয়া
আৰে আউৰানী চুল বাতাসত উৰাইয়া
কাঙকেৰ কলশ বাসিয়া দিলুঙ ৰে
ও মোৰ যৌতলিয়া মনতে
কি মায়া লাগাইলেন কন্যাৰে
(F)
আহা, কাঙকে নিয়া পিতলেৰে কলশ
যামু আমৰা যমুনাৰ ঘাটটত
জল বৰাইবাৰ যামু সখীৰে
ও সখী, জলত নামিয়াৰে
জল বৰাইবাৰ যামু সখীৰে
(M)
মই গোৱালপাৰাৰ জমিদাৰৰ ছাৱ্যা
কন্যাক দেখি হলুঙ
মই দিশেহাৰা
কি মায়া লাগাইলেন কন্যাৰে
ও কন্যা, জল বৰাইবাৰ যাইয়াৰে
কি মায়া লাগাইলেন কন্যাৰে
Lyrics in English
(M)
Shujon Maji Re
Kon Ghate Lagaiba Amar Par
(F)
Kangke Niya Pitolere Kolosh
Jamu Amra Jomunare Ghatot
Jol Boraibar Jamu Shokhi Re
O Shokhi, Jolot Namiya Re
Jol Boraibar Jamu Shokhi Re
(M)
Moi Goalparar Jomidaror Sawa
Konnak Dekhi Holung
Moi Dishehara
Ki Maya Lagailen Konnare
O Konna, Jol Boraibar Jaiyare
Ki Maya Lagailen Konnare
(F)
Jomunare Jol Shokhi, Dekhi Bargop Shundor
Shokhi, Jomunare Jol Shokhi, Dekhi Bargop Shundor
Haire Jol Boraibar Gele Mor Bori Jay Antor
Joler Suwat Shitol Homu Re
O Shokhi, Jolot Namiya Re
Joler Suwat Shitol Homu Re
Aha, Kangke Niya Pitolere Kolosh
Jamu Amra Jomunare Ghatot
Jol Boraibar Jamu Shokhi Re
O Shokhi, Jolot Namiya Re
Jol Boraibar Jamu Shokhi Re
(M)
Kolshi Niya Jay Konna Haliya Duliya
Kolshi Niya Jay Konna Haliya Duliya
Aree Aurani Chul Batashot Uraiya
Kangker Kolosh Basiya Dilung Re
O Mor Jowtoliya Monote
Ki Maya lagilen Konna Re
(F)
Aha, Kangke Niya Pitolere Kolosh
Jamu Amra Jomunare Ghatot
Jol Boraibar Jamu Shokhi Re
O Shokhi, Jolot Namiya Re
Jol Boraibar Jamu Shokhi Re
(M)
Moi Goalparar Jomidaror Sawa
Konnak Dekhi Holung
Moi Dishehara
Ki Maya Lagailen Konnare
O Konna, Jol Boraibar Jaiyare
Ki Maya Lagailen Konnare
Tags:
Goalpariya Lyrics