Assamese Evergreen Songs Mashup Lyrics - TYPHOON MUSIC & Karan Das

Assamese Evergreen Songs Mashup is mixing of eleven songs, the song sung by Karan Das, Music and Masterd by TYPHOON MUSIC.The song released on 24 june 2021 at YouTube.The song crossed 9 Lakh views and liked by most of listeners.

Assamese Evergreen Songs Mashup Lyrics in Assamese

এবেলি মোক, বুকুতে ৰাখি
এবেলি মোক, লোৱাহি ঢাকি

মনলে উভতি আহে ল'ৰালি
তুৰে মুৰে এটি এটি ধেমালি

উজনিৰে ৰে'ল খনি‌ বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে পৰিছে
উজনিৰে ৰে'ল খনি‌ বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে পৰিছে

ৰনজুন বুকুৰে মাতে
কি সাজ সাজে কুঁহিপাতে
মন মোৰ বলিয়া কৰে
কুহ কুহ কুলি মাতে

তোমাৰে যে, আজি এই ৰাগে
নিয়ৰতো ৰঙ সানে

শ্বিলংৰে গধূলি, নামি আহে কুঁৱলী
শ্বিলংৰে গধূলি, নামি আহে কুঁৱলী

পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যায় উৰি

কিনো যাদু আজি বুকুৰ মাজত
অন্ধাৰতবাত খুজে
দুহাতেৰে ফালি দুখৰে নৈ
নতুনৰে ঢৌ তোলে
বাৰু আছেনে ঐ সিপাৰে
মোলৈ ধুনীয়া পৃথিৱী
কুল নাযাবি এৰি জীৱন মোৰ
ত‌ই দূৰলৈ আতঁৰি

(কিনো যাদু আজি বুকুৰ মাজত)
(কিনো যাদু আজি বুকুৰ মাজত)

চকু মেলি চাওতে
দেখিলোঁ যে তোমাকে
চকুয়ে চকুয়ে চিনি পালো হঠাৎতে
ভালপাব নিশিকিলো
পাইও হেৰুৱালো
ভালপাব নাযানিলো

Song Info/Credit :

  • Music : TYPHOON MUSIC
  • Vocals : Karan Das
  • Mix/Mastered : TYPHOON MUSIC

Songs Used :

  • I Like Me Better.
  • Ebeli Muk.
  • Monole Ubhoti Ahe Lorali.
  • Ujonire Rail.
  • Runjhun Nupure Maate.
  • Tumarei Jen.
  • Shillongore Godhuli.
  • Pakhi Pakhi Ei Mon.
  • Kinu Jadu Aji.
  • Soku Meli Saute.
  • Bhal Pabo Nixikilu.

Previous Post Next Post