Boroxa বৰষা is an Assamese song, sung by Bhaskar Opswel ft. Bhargabi Goswami, lyrics written by Himangshu Talukdar, music produced by Bhaskar Opswel. The song released on 12 July 2021 on YouTube at Bhaskar Opswel YouTube channel.
Boroxa Lyrics in Assamese
অভিমানি বৰষুণে চকুৰ পতাত সিচি দিলে
জিয়া জিয়া মৰমৰে তোমাকে তোমাকে
উজাগৰি ৰাতিৰ এন্ধাৰে
ক'ব খোজে বৰষা বুকুতে
নামি অহা বুকুলে মোৰ সপোন
প্ৰতি টোপালত তুমিয়েই তুমিছোন
সাছি ৰাখা প্ৰনয়ৰ দাপোন
তুমি মোৰ হৃদয়ৰ আপোন
আচলৰ ভাজে ভাজে
টোপালৰ প্ৰতি ৰাগে
মিঠা মিঠা দুচকুত
হেপাহো তোমালে
প্ৰতিপল ভাবনাতে
সমিৰৰ ঠিকনাতে
আজুৰি আনিম তোমাক
প্ৰতি বৰষাতে
আচলৰ ভাজে ভাজে
টোপালৰ প্ৰতি ৰাগে
মিঠা মিঠা দুচকুত
হেপাহো তোমালে
প্ৰতিপল ভাবনাতে
সমিৰৰ ঠিকনাতে
আজুৰি আনিম তোমাক
প্ৰতি বৰষাতে
মোৰ আবেলিৰ আশা তুমি
মোৰ প্ৰতিটো ভাষা তুমি
অভিমানি বৰষুণে চকুৰ পতাত সিচি দিলে
জিয়া জিয়া মৰমৰে তোমাকে তোমাকে
উজাগৰি ৰাতিৰ এন্ধাৰে
ক'ব খোজে বৰষা বুকুতে
জিয়া জিয়া মৰমৰে তোমাকে তোমাকে
উজাগৰি ৰাতিৰ এন্ধাৰে
ক'ব খোজে বৰষা বুকুতে
নামি অহা বুকুলে মোৰ সপোন
প্ৰতি টোপালত তুমিয়েই তুমিছোন
সাছি ৰাখা প্ৰনয়ৰ দাপোন
তুমি মোৰ হৃদয়ৰ আপোন
আচলৰ ভাজে ভাজে
টোপালৰ প্ৰতি ৰাগে
মিঠা মিঠা দুচকুত
হেপাহো তোমালে
প্ৰতিপল ভাবনাতে
সমিৰৰ ঠিকনাতে
আজুৰি আনিম তোমাক
প্ৰতি বৰষাতে
আচলৰ ভাজে ভাজে
টোপালৰ প্ৰতি ৰাগে
মিঠা মিঠা দুচকুত
হেপাহো তোমালে
প্ৰতিপল ভাবনাতে
সমিৰৰ ঠিকনাতে
আজুৰি আনিম তোমাক
প্ৰতি বৰষাতে
মোৰ আবেলিৰ আশা তুমি
মোৰ প্ৰতিটো ভাষা তুমি
অভিমানি বৰষুণে চকুৰ পতাত সিচি দিলে
জিয়া জিয়া মৰমৰে তোমাকে তোমাকে
উজাগৰি ৰাতিৰ এন্ধাৰে
ক'ব খোজে বৰষা বুকুতে
Boroxa Lyrics in English
Abhimani Boroxune sokur potat xisi dile
Jiya jiya moromere tumake tumake
Ujagori ratir andhare
Kobo khuje Boroxa bukute
Nami oha bukule mur xopun
Proti tupalot tumiyei tumi sun
Xasi rokha pronoyor dapun
Tumi mur hridoyor apun
Asolor vaje vaje
Tupalor proti rage
Mitha mitha dusokut
Hepahu tumale
Protipol vabonate
Xomiror thikonate
Ajuri anim tumak
Proti Boroxate
Asolor vaje vaje
Tupalor proti rage
Mitha mitha dusokut
Hepahu tumale
Protipol vabonate
Xomiror thikonate
Ajuri anim tumak
Proti Boroxate
Mur abelir asha tumi
Mur protitu vaxa tumi
Abhimani Boroxune sokur potat xisi dile
Jiya jiya moromere tumake tumake
Ujagori ratir andhare
Kobo khuje Boroxa bukute
Song Info/Credit :
Vocal : Bhaskar Opswel ft. Bhargabi Goswami
Lyrics : Himangshu Talukdar
Music : Bhaskar Opswel
Animation Visual : Pragyan Rajkonwar
Recorded : MK DIGITAL(GHY)
Special thanks to : Dilraj Deka and Naba neel