Enajori is an Assamese song,sung by Tanbeer Mashooq, Music by Gourisnkr and NibirX, Lyrics written by Tanbeer Mashooq and Kallul Kashyap Mahanta.The song released on 11 july 2021 on YouTube at Paradise Sound YouTube channel.
Enajori Lyrics in Assamese
মিঠা মিঠা বৰষুণে
সানিলেহি প্ৰেমৰে
অনুভুতি হিয়াতে
অনুৰনণ তোমাতেই
হেপাহতেৰ তুমি
আছা বিয়পি
নতুন যেন এই পৃথিৱী
দুচকুৰে তুমি
মোৰ জিৰণি
কাষতে ৰোৱাচোন আজি
এনাজৰী মৰমৰে
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
আ....
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
আ....
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
আ.....
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
তুমি নহ'লে উকা উকা লাগে
বিচাৰো তোমাক সদায় কাষৰতে
তুমি নহ'লে উকা উকা লাগে
বিচাৰো তোমাক সদায় কাষৰতে
সপোন তুমি মোৰ বুকুৰে
আছো ৰৈ আজি নিৰলে
হেপাহতৰ তুমি
আছা বিয়পি
নতুন যেন এই পৃথিৱী
দুচকুৰে তুমি
মোৰ জিৰণি
কাষতে ৰোৱাচোন আজি।
এনাজৰী মৰমৰে
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
আ....
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
আ....
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
আ.....
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
সানিলেহি প্ৰেমৰে
অনুভুতি হিয়াতে
অনুৰনণ তোমাতেই
হেপাহতেৰ তুমি
আছা বিয়পি
নতুন যেন এই পৃথিৱী
দুচকুৰে তুমি
মোৰ জিৰণি
কাষতে ৰোৱাচোন আজি
এনাজৰী মৰমৰে
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
আ....
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
আ....
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
আ.....
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
তুমি নহ'লে উকা উকা লাগে
বিচাৰো তোমাক সদায় কাষৰতে
তুমি নহ'লে উকা উকা লাগে
বিচাৰো তোমাক সদায় কাষৰতে
সপোন তুমি মোৰ বুকুৰে
আছো ৰৈ আজি নিৰলে
হেপাহতৰ তুমি
আছা বিয়পি
নতুন যেন এই পৃথিৱী
দুচকুৰে তুমি
মোৰ জিৰণি
কাষতে ৰোৱাচোন আজি।
এনাজৰী মৰমৰে
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
আ....
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
আ....
লাহে লাহে ৰ'লাহি হিয়াতে গোপনে
আ.....
পোৱতিৰে ৰ'দলিতে তুমি আহা নিৰৱে
Song info/Credits:
- Singer: Tanbeer Mashooq
- Lyrics: Tanbeer Mashooq and Kallul Kashyap Mahanta
- Compostion : Tony minuyal and Tanbeer
- Music : Gourisnkr and NibirX
- Guiter :Rizwan Shakir (kaka)
- kajo:Tony Minuyal
- Flute:Anjan Medhi
- Mixed and mastered : NibirX
Official video: