Baro Mashe Tero Phool Phote Lyrics - Pratima Pandey Barua and Bhupen Hazarika

Baro Mashe tero ful fote

Baro Mashe tero ful fote is a goalpariya folk song orginaly sung by Pratima Pandey Barua and Bhupen Hazarika. This music is produced by Saregama music. Its the most popular Goalpara song, this song also sung by Zubeen Garg and many more singers.

Song Info/Song Credit
🎵Song Baro Maase Tero Phul Phote 
🎙️Singer Pratima Pandey Barua, Bhupen Hazarika
✍️Lyrics Pratima Pandey Barua
📜Song language Goalpariya
🏷️Lebel Saregama
🗒️Lyrics available in Assamese Script


Baro Mashe tero ful fote lyrics

বাৰো মাসে তেৰো ফুল ফোটে
বাৰো মাসে তেৰো ফুল ফোটে
বছৰে ফোটে, হোলা শ‌ই
নাজাইয়ো যমুনাৰো জলে
বছৰে ফোটে, হোলা শ‌ই
নাজাইয়ো যমুনাৰো জলে
তোমৰা নাযাইয়ো নাযাইয়ো

নাযাইয়ো স‌ইৰে ঐ না যমুনাৰো জলে
তোমৰা নাযাইয়ো নাযাইয়ো
নাযাইয়ো স‌ইৰে ঐ না যমুনাৰো জলে

যে ঘাটে ভৰিব আৰো জল
যে ঘাটে ভৰিব আৰো জল
শেই ঘাটে কানাইয়া শ‌ই
নাযাইয়ো যমুনাৰো জলে
শেই ঘাটে কানাইয়া শ‌ই
নাযাইয়ো যমুনাৰো জলে
তোমৰা নাযাইয়ো নাযাইয়ো
নাযাইয়ো শ‌ইৰে ঐ না যমুনাৰ জলে
তোমৰা নাযাইয়ো নাযাইয়ো
নাযাইয়ো শ‌ইৰে ঐ না যমুনাৰ জলে

নন্ধেৰ বেটা চিক'ন আৰো কালা
নন্ধেৰ বেটা চিক'ন আৰো কালা
কালা দিলেক বিশম জালা শ‌ই
নাযাইয়ো যমুনাৰো জলে
কালা দিলেক বিশম জালা শ‌ই
নাযাইয়ো যমুনাৰো জলে

তোমৰা নাযাইয়ো নাযাইয়ো
নাযাইয়ো শ‌ইৰে ঐ না যমুনাৰো জলে
তোমৰা নাযাইয়ো নাযাইয়ো
নাযাইয়ো শ‌ইৰে ঐ না যমুনাৰো জলে

কদম গাছে হেলানিৰে দিয়া
কদম গাছে হেলানিৰে দিয়া
কালা বাজায় মহন বাশি শ‌ই
নাযাইয়ো যমুনাৰো জলে
কালা বাজায় মহন বাশি শ‌ই
নাযাইয়ো যমুনাৰো জলে

তোমৰা নাযাইয়ো নাযাইয়ো
নাযাইয়ো শ‌ইৰে ঐ না যমুনাৰো জলে
তোমৰা নাযাইয়ো নাযাইয়ো
নাযাইয়ো শ‌ইৰে ঐ না যমুনাৰো জলে
তোমৰা নাযাইয়ো নাযাইয়ো
নাযাইয়ো শ‌ইৰে ঐ না যমুনাৰো জলে

Previous Post Next Post