Daag Song Details |
|
---|---|
🎵Song | Daag |
🎙️Singer | Bishrut Saikia & Gitarthi Goswami |
✍️ Lyricist | Bishrut Saikia |
🎼 Mix and Mastered | Bishrut Saikia |
📜Song language | Assamese |
🏷️Lebel | Bishrut Saikia |
🗒️Lyrics in | Assamese |
Daag Lyrics in Assamese
সঁচা মিছা কি?
নেদেখি নুশুনি
নিদিবা দাগ সানি
হেৰাই নিৰ্দোষ হাঁহি
এই চক্ৰবেহুতে
নিদিবা ভৰি
তাঁহানিৰ কোঁৱৰেও
ওলাব নোৱাৰি
মৃত্যুক ললে সাবটি
জয়ী হ'ল বিধান বিধিৰ
সত্যৰ হ'ল বলি
ৰক্তৰ অশ্ৰু নিগৰি
নিদিবা দাগ সানি
অগনিত জ্বলি জ্বলি
খহি যায় হিয়া খনি
এটি ঘটনাৰ স্মৃতিৰ এঙাৰ ফুঁকি
ভালপোৱা বোৰেতো
জানে কোন দোষী
হৃদয় দহে তুমি
ভাঙি যোৱা দেখি
সমাজে ভাঙে যদি
আপোনে গঢ়ে তুলি
মিছাতেই হ'লে দাগী
জীৱন এতিয়াও বাকী
নিদিবা তুমি হাৰি
আত্মহত্যাৰ বাটে
নাযাবা দাগ দেখি
নালাগে সমাজে কৰা
মৌন সময়ৰ মিছা সান্তনা
নালাগে সমাজে কৰা
মৌন সময়ৰ মিছা সান্তনা
নলবা দাগ তুমি