Binod Raazb- Juri Mai Lyrics (জুৰি মাই লেৰিগক্স)

Juri Mai Lyrics জুৰি মাই লেৰিক্স


Orginal Music Credit

Song : Juri Mai
Lyrics/Tune : Binod Raaz
Vocal : Binod Raaz
Music : Bhupen Kalita
Mix/Master : Akash Pritom


Watch/Listen




Lyrics


ৰঙী বগী ছোৱালী দেখিলে জানৈ
মন বান্ধিব নোৱাৰি
মৌ মিঠা চাৱনীৰে চালে জানৈ
বুকুতে ল'ম যেন সাবতি


ৰঙী বগী ছোৱালী দেখিলে জানৈ
মন বান্ধিব নোৱাৰি
মৌ মিঠা চাৱনীৰে চালে জানৈ
বুকুতে ল'ম যেন সাবতি

তোমাৰ দৰে এজনী
ৰঙী বগী ছোৱালী
বিজুলী চাৱনীৰে
বলিয়া কৰিচহি

হায়ৈ জুৰি মাই কেলৈ আছা চাই
তমিনো চাই থাকিলে মৰম লাগি যায়
তমিনো চাই থাকিলে মৰম লাগি যায়

মোৰ বুকুতে মাৰি‌ দিলা
কিনো প্ৰমৰ শৰ
অ' জানৈ
কিনো প্ৰমৰ শৰ
খাব শুব‌ও নোৱাৰা হলো
মৰম অকন কৰ
অ' জানৈ
মৰম অকন কৰ

নিদিও নলও নকৰিবি জানৈ
নহ‌ও যে তোমাৰ পৰ
তুমি মৰম নিদিলে জানৈ
হব কলিজাত জ্বৰ

হায়ৈ জুৰি মাই কেলৈ আছা চাই
তমিনো চাই থাকিলে মৰম লাগি যায়
তমিনো চাই থাকিলে মৰম লাগি যায়

তুমি যদি কোৱা
অ মৰমৰ জুৰিমাই
কপৌফুল আনিদিম
পহাৰনো বগাই বগাই

বিহুলিত আহিবা
অ মোৰেনো জুৰিমাই
মৰমৰ কপৌফুল
খোপাতে দিমে পিন্ধাই

তুমি যদি কোৱা
অ মৰমৰ জুৰিমাই
কপৌফুল আনিদিম
পহাৰনো বগাই বগাই

বিহুলিত আহিবা
অ মোৰেনো জুৰিমাই
মৰমৰ কপৌফুল
খোপাতে দিমে পিন্ধাই

ধিপিং ধাপাং কপে‌ বুকু
তোমাৰে কথা ভাবি
বিজুলী চাৱনীৰে
বলিয়া কৰিচহি
হায়ৈ জুৰি মাই কেলৈ আছা চাই
তমিনো চাই থাকিলে মৰম লাগি যায়
তমিনো চাই থাকিলে মৰম লাগি যায়
Previous Post Next Post