Tridip Kalita Nilim Lyrics in Assamese
Orginal Song Credits-
Song Name : Nilim - Tridip x Dhruba x Randeep x Himanshu
Vocal & Composition - Tridip Kalita
Penned by - Himanshu Saikia
Music Produced - Dhruba Basumatary
Co-Produced/mix & mastering - Randeep Saikia
Additional vocals - Dhruba Basumatary
Album art & Video works - Dhiraj Jyoti Neog
Thumbnail - Sweta Saikia
Recorded at - Studio Rytham Park, Sivsagar (Saurav Baruah)
Watch/Listen
Lyrics
পুৱাৰে প্ৰথম কিৰণতে
মেলখাযই মোৰ দুচকু
বিচাৰে সাবতিব বাৰে বাৰে
তোমাৰে দুবাহু
পুৱাৰে প্ৰথম কিৰণতে
মেলখাই মোৰ দুচকু
বিচাৰে সাবতিব বাৰে বাৰে
তোমাৰে দুবাহু
বিলিন মই জানা
তোমাৰ ভাৱনাতে
বিভুৰ তোমাকে পোৱাৰ
হেপাহতে
নিলিম সপোন তুমি
নিলা আকাশৰ
হিম যেন মলয়া
মোৰ সেউজ মনৰ
লাহে লাহে বাগৰি প্ৰতি প্ৰহৰ
নিজকে পাহৰি মই
তোমাতে মগন
নিলিম সপোন তুমি
নিলা আকাশৰ
হিম যেন মলয়া
মোৰ সেউজ মনৰ
লাহে লাহে ভাগৰি প্ৰতি পোহোৰ
নিজকে পাহৰি মই
তোমাত মগন
লাহে লাহে সুবাসৰে আৱৰণ
পাহে পাহে মৰমৰে সুৱৰন
প্ৰহনে কৰেহি মোক আমনি
নিগৰা চিনাকি গীতৰ সূৰবোৰ
আবেগৰ সেই উপচা ঢৌবোৰ
আশাই কৰিছে মোক অজানি
আশাই কৰিছে মোক অজানি
বিলিন মই জানা
তোমাৰ ভাৱনাতে
বিভুৰ তোমাকে পোৱাৰ
হেপাহতে
নিলিম সপোন তুমি
নিলা আকাশৰ
হিম যেন মলয়া
মোৰ সেউজ মনৰ
লাহে লাহে বাগৰি প্ৰতি প্ৰহৰ
নিজকে পাহৰি মই
তোমাতে মগন
নিলিম সপোন তুমি
নিলা আকাশৰ
হিম যেন মলয়া
মোৰ সেউজ মনৰ
লাহে লাহে ভাগৰি প্ৰতি পোহোৰ
নিজকে পাহৰি মই
তোমাত মগন
Tags:
Assamese Lyrics