Premor Pansoi Lyrics
প্à§°েমৰ পানচৈ লেà§°িক্স
Orginal Music Credit
Vocals : Purab Hazarika
Lyrics : Bitopan Das
Composer : Ritwija Goswami,Paul Mahanta
Music : Purab Hazarika, Trinayan Konwar
Mix Mastering : Purab Hazarika
Flute : Gouranga Chetia
Poster: Anuran Borah
Animation: Devarshi Talukdar
Video Editor: Dhiraj K Nath
Watch/Listen
Lyrics
হৃদয় আবেগৰ নৈ
সাঁতুà§°ি পাà§° হবলৈ
লাগে সুবাস সতেজ
প্à§°েমৰ পানচৈ ।
জীৱন মৰুত মই
নিবিড় অনুà§°াগ লৈ
ৰচো প্ৰত্যাশাà§°
প্à§°েমৰ পানচৈ।
à§°ামধেনু à§°ংà§° ঢৌà§±ে ঢৌà§±ে
সোঁতে বয় স্নেহৰ বিলৈ
সোঁতে বয় প্à§°েমৰ বিলৈ!
আবিà§° ঢালি মোà§° ৰঙালী নদীত
প্ৰলয় তুলি তাà§° বাউলি গতিত
à§°াংঢালি প্à§°েমৰ পানচৈ
à§°াংঢালি প্à§°েমৰ পানচৈ!
হৃদয় আবেগৰ নৈ
সাঁতুà§°ি পাà§° হবলৈ
লাগে সুবাস সতেজ
প্à§°েমৰ পানচৈ ।
Tags:
Assamese Lyrics