Henguliya Lyrics in Assamese
মিঠা সুৰেৰে ভৰা
জীৱন এটি পাৰাপাৰবিহীন কবিতা
অনুভূতিৰে আবৰা
ধূলি-ধোঁৱাৰে অঁকা
হৃদয়ৰ ধৰণীলে পোহৰ নমোৱা
সূৰ্যমুখী তুমি হোৱা
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
হিয়াৰে এমুঠি বৰণীয়া
ৰ'দৰে পখিলী ৰহনীয়া
চুবলে এধানি মলয়া জুৰ
বিচাৰো চিনাকী মনৰে সুৰ
হৃদয়ৰ পদূলিতে ৰ'দৰ ফাকুৰে
আঁকি যোৱা ৰামধেনু সাতোৰঙেৰে
ৰঙচুৱা আবেলিৰ হেঙুল প্ৰভাৰে
আদৰিবা জেউতী মনৰ জোনেৰে
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
জীৱন এটি পাৰাপাৰবিহীন কবিতা
অনুভূতিৰে আবৰা
ধূলি-ধোঁৱাৰে অঁকা
হৃদয়ৰ ধৰণীলে পোহৰ নমোৱা
সূৰ্যমুখী তুমি হোৱা
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
হিয়াৰে এমুঠি বৰণীয়া
ৰ'দৰে পখিলী ৰহনীয়া
চুবলে এধানি মলয়া জুৰ
বিচাৰো চিনাকী মনৰে সুৰ
হৃদয়ৰ পদূলিতে ৰ'দৰ ফাকুৰে
আঁকি যোৱা ৰামধেনু সাতোৰঙেৰে
ৰঙচুৱা আবেলিৰ হেঙুল প্ৰভাৰে
আদৰিবা জেউতী মনৰ জোনেৰে
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
ৰিণিকি ৰিণিকি কাষে চপা
সুখৰে হেঙুলীয়া
আকাশলে চোৱা বিলীন হোৱা
সাৱতি সেউজীয়া
Henguliya Lyrics in English
Mitha Xurere Bora
Jibon Ati Paraparobihin Kobita
Anubutire Abora
Duli Doare oka
Ridoyor Doronile Puhor Namowa
Surjomukhi Tumi Huwana
Riniki Riniki Kaxhe Chopa
Hukhore Henguliya
Akasole Suwa Bilin Huwa
Haboti Jewjiya
Riniki Riniki Kaxhe Chopa
Hukhore Henguliya
Akasole Suwa Bilin Huwa
Haboti Jewjiya
Hiyare Amuthi Boroniya
Rodore Pokhila Rohoniya
Subole Adani Moloya Jur
Ridoyor Podulite Rodor Fakure
Aki Juwa Ramdhenu Hatorongere
Rongsuwa Abelir Hengul Probare
Adoriba Jewti Monor Jonore
Riniki Riniki Kaxhe Chopa
Hukhore Henguliya
Akasole Suwa Bilin Huwa
Haboti Jewjiya
Riniki Riniki Kaxhe Chopa
Hukhore Henguliya
Akasole Suwa Bilin Huwa
Haboti Jewjiya
Jibon Ati Paraparobihin Kobita
Anubutire Abora
Duli Doare oka
Ridoyor Doronile Puhor Namowa
Surjomukhi Tumi Huwana
Riniki Riniki Kaxhe Chopa
Hukhore Henguliya
Akasole Suwa Bilin Huwa
Haboti Jewjiya
Riniki Riniki Kaxhe Chopa
Hukhore Henguliya
Akasole Suwa Bilin Huwa
Haboti Jewjiya
Hiyare Amuthi Boroniya
Rodore Pokhila Rohoniya
Subole Adani Moloya Jur
Ridoyor Podulite Rodor Fakure
Aki Juwa Ramdhenu Hatorongere
Rongsuwa Abelir Hengul Probare
Adoriba Jewti Monor Jonore
Riniki Riniki Kaxhe Chopa
Hukhore Henguliya
Akasole Suwa Bilin Huwa
Haboti Jewjiya
Riniki Riniki Kaxhe Chopa
Hukhore Henguliya
Akasole Suwa Bilin Huwa
Haboti Jewjiya
Song Credit :
- Lyrics - Buddha Jyoti Bezbaruah
- Vocal/Composition - Sannidhya Bhuyan
- Music - Triv
Official video :