Jakorua Pokhi Lyrics - Gautam Kalita

Jakorua Pokhi is an assamese song sung by Gautam Kalita, the song was released on YouTube.

Jakorua Pokhi Song Details
🎵Song Jakorua Pokhi (জাকৰুৱা পখী)
🎙️Singer Gautam Kalita
✍️Lyrics Dhritimoy Kalita
🎼Music Monuranjan Manmeet
🎼 Mix and Mastered Dhruv Thakuria
📜Song language Assamese
🏷️Lebel Gautam Kalita
🗒️Lyrics available in Assamese Script

 Jakorua Pokhi Lyrics in Assamese 

জাকৰুৱা পখীৰ 
চিনাকি কাকলি
তুমি বজালে গগণা
নাচে মোৰ আবেলি।

জাকৰুৱা পখীৰ 
চিনাকি কাকলি
তুমি বজালে গগণা
নাচে মোৰ আবেলি।

গোমোঠা আকাশৰ
এছাটি ডাৱৰ
বেৰঙী ভাৱনাৰ
ময়েই সপোনকোঁ‌ৱৰ।

আকলুৱা হিয়ায়ে যে
তোমাকে বিচাৰে
ৰাগিয়াল আৱেগে
প্ৰণয়ক সাঙুৰে।

অভিমানী ৰাতি
কাষতে ৰ'বা আহি
লাজুকী হাঁ‌হিৰে
যাচিবা মৰম এধানি।

অভিমানী ৰাতি
কাষতে ৰ'বা আহি
লাজুকী হাঁ‌হিৰে
যাচিবা মৰম এধানি।

কেতিয়াকে আহিব
সোণালী সময়
ভালপোৱাৰে গঢ়িম 
আশাৰে আলয়।

জাকৰুৱা পখীৰ 
চিনাকি কাকলি
তুমি বজালে গগণা
নাচে মোৰ আবেলি।

Orginal Song



Previous Post Next Post