Kumoliya Mon Lyrics - Rajnish Saikia - Assamese

Kumoliya Mon song sung by Rajnish Saikia, Music and Mastered by Pincool, the lyrics written by Madhujya Dutta, the song was released on YouTube and others music platforms. 

Kumoliya Mon Song Details
🎵Song Kumoliya Mon
🎙️Singer Rajnish Saikia
✍️ Lyricist Madhujya Dutta
🎼Music, Mix and Mastered Pincoolk
📜Song language Assamese
🏷️Lebel Rajnish Saikia
🗒️Lyrics available in English and Assamese Script


Kumoliya Mon lyrics in Assamese 

সপোনতে দিঠকতে, তুমি কাষৰতে আহিবা
ফাগুনৰে মলয়া লৈ, হাহিৰে বান্ধোন হোৱা
সপোনতে দিঠকতে, তুমি কাষৰতে আহিবা

এচেৰেঙা ৰ'দালি , হৈ, প্ৰেমৰ ৰেঙনী হোৱা
তুমি মোৰ নুবুজা হৃদয়ৰে বতৰা
কহানিও নুশুনা, আবেগৰ ৰচনা
বাউলি প্ৰনয়ৰ জিৰিতে উমলা
হিয়াতে পদূলি ৰৈ থকা

অ' অ' অ'..

কুমলীয়া মন, তোমাতেই বলিয়া যৌৱন
জাগিছে উতলা মৰম, তুমি মোৰ সাধনা
আচতিয়া ৰঙ সৰিছে বুকুতে অনন
তোমাতেই প্ৰতিটো ক্ষণ, তুমি মোৰ বাসনা

তোমাৰ লাজুকী হাহিঁতে আজি, হেৰালো ম‌ই নিজকে
অনুপমা চকুৱে তোমাৰ, পিৰিতি অসীম সানে
তোমাৰ লাজুকী হাহিঁতে আজি, হেৰালো ম‌ই নিজকে
অনুপমা চকুৱে তোমাৰ, পিৰিতি অসীম সানে

তুমি মোৰ ম‌ই তোমাৰ, ক'ব নীলিম আকাশে
সুখৰে ধুমুহা‌ হৈ, লৈ যোৱা তোমাৰ কাষলে
তুমি মোৰ ম‌ই তোমাৰ, ক'ব জোনে সঘনে
নিশাৰে তৰলী হৈ, দেখুওৱা পথ তোমাৰ চোতালৰে

কুমলীয়া মন, তোমাতেই বলিয়া যৌৱন
জাগিছে উতলা মৰম, তুমি মোৰ সাধনা
আচতিয়া ৰঙ সৰিছে বুকুতে অনন
তোমাতেই প্ৰতিটো ক্ষণ, তুমি মোৰ বাসনা

Kumoliya Mon lyrics in English 

Uploading...

Orginal song



Previous Post Next Post